Top
Begin typing your search above and press return to search.

অসম পঞ্চায়ত নিৰ্বাচন ফলাফলৰ Live Update

অসম পঞ্চায়ত নিৰ্বাচন ফলাফলৰ Live Update

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Dec 2018 6:26 AM GMT

বৰ্তমানলৈ হোৱা ভোট গণনা অনুসৰি অসমৰ পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া খবৰ-

গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফল:

মুঠ আসন: ২১৯৯০

বিজেপি: ২২৮০

কংগ্ৰেছ: ১২৩১

অগপ: ৪২৯

এআইইউডিএফ: ৭১

অন্যান্য: ২৫৬

গাঁও পঞ্চায়তৰ সভাপতিৰ ফলাফল:

মুঠ আসন:২১৯৯

বিজেপি: ৩৮১

কংগ্ৰেছ: ২০৫

অগপ: ৯৫

এআইইউডিএফ: ২২

অন্যান্য: ৬৬

আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ফলাফল:

মুঠ আসন:২১৯৯

বিজেপি: ৩৩৩

কংগ্ৰেছ: ১৮৪

অগপ: ৬১

এআইইউডিএফ: ৩৩

অন্যান্য: ৪৪

জিলা পৰিষদৰ সদস্যৰ ফলাফল:

মুঠ আসন: ৪২০

বিজেপি: ১৫৭

কংগ্ৰেছ: ৭৬

অগপ: ১৫

এআইইউডিএফ: ১৬

অন্যান্য: ৪

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story