Begin typing your search above and press return to search.
অসম পঞ্চায়ত নিৰ্বাচন ফলাফলৰ Live Update

বৰ্তমানলৈ হোৱা ভোট গণনা অনুসৰি অসমৰ পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া খবৰ-
গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফল:
মুঠ আসন: ২১৯৯০
বিজেপি: ২২৮০
কংগ্ৰেছ: ১২৩১
অগপ: ৪২৯
এআইইউডিএফ: ৭১
অন্যান্য: ২৫৬
গাঁও পঞ্চায়তৰ সভাপতিৰ ফলাফল:
মুঠ আসন:২১৯৯
বিজেপি: ৩৮১
কংগ্ৰেছ: ২০৫
অগপ: ৯৫
এআইইউডিএফ: ২২
অন্যান্য: ৬৬
আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ফলাফল:
মুঠ আসন:২১৯৯
বিজেপি: ৩৩৩
কংগ্ৰেছ: ১৮৪
অগপ: ৬১
এআইইউডিএফ: ৩৩
অন্যান্য: ৪৪
জিলা পৰিষদৰ সদস্যৰ ফলাফল:
মুঠ আসন: ৪২০
বিজেপি: ১৫৭
কংগ্ৰেছ: ৭৬
অগপ: ১৫
এআইইউডিএফ: ১৬
অন্যান্য: ৪
অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ
Next Story