Top
Begin typing your search above and press return to search.

অসম প্ৰশাসনিক সেৱাৰ নতুন পদক্ষেপ

অসম প্ৰশাসনিক সেৱাৰ নতুন পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 March 2019 9:05 AM GMT

চলিত বছৰৰ মাৰ্চৰ ৩ তাৰিখে জৱাহৰ নগৰস্থিত অসম প্ৰশাসনিক কৰ্মচাৰী কলেজত অসম চিভিল চাৰ্ভিছ অফিচাৰ এছ’চিয়েশ্যনে এখন বিশেষ সন্মিলন আয়োজন কৰে ৷ এই সন্মিলনখনত ৰাজ্যৰ বিভিন্ন জিলাক প্ৰতিনিধিত্ব কৰা প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে ৷

অসম চিভিল চাৰ্ভিছ এছোচিয়েশ্যনৰ পুৰণি কাৰ্যকৰী কমিটীখন ভংগ কৰি,সৰ্বসন্মতি ক্ৰমে এখন নতুন কমিটী গঠন কৰা হয় ৷ আৰু আশোক কুমাৰ বৰ্মনক সভাপতিৰ লগতে উদয়াদিত্য গগৈক এছিএছঅ’এৰ মহাসচিব নিযুক্তি দিয়ে ৷ কমিটী খনে সেৱাকে ধৰি বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে৷ আৰু কিছু সংখ্যক সমস্যাৰ সমাধানৰ কাৰণে উচিত পদক্ষেপ ল’বলৈ সংকল্প লয় ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story