অস্কাৰ২০১৯; অসমৰ পৰা'ভিলেজ ৰকষ্টাৰ' মনোনীত

অস্কাৰ২০১৯; অসমৰ পৰা'ভিলেজ ৰকষ্টাৰ' মনোনীত
Published on

আটাইতকৈ ডাঙৰ বঁটা অস্কাৰ,এই অস্কাৰ বঁটা ২০১৯ৰ বাবে মনোনীত হ'ল অসমৰ ৰীমা দাসৰ অভিলেখ তথা অসমীয়া ছবি 'ভিলেজ ৰকষ্টাৰ'। বলীউদকো চেৰ পেলাই আগুৱাই যাবলৈ সক্ষম হোৱা হিমা দাসৰ 'ভিলেজ ৰকষ্টাৰ'ৰ এই খবৰে অসমলৈ কঢ়িয়াই আনিছে এক বিশেষ গৌৰৱ।একমাত্ৰ ভাৰতীয় তথা বিশেষকৈ অসমৰ তৰফৰ পৰা অস্কাৰলৈ মনোনীত হৈছে 'ভিলেজ ৰকষ্টাৰ'। ছবি খনৰ প্ৰযোজক ৰীমা দাসৰ লগতে সকলো কলা-কুশলীলৈ থাকিল অশেষ অভিনন্দন।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com