Begin typing your search above and press return to search.

অৰ্কিড উদ্যানত বেদখলত বাধা

অৰ্কিড উদ্যানত বেদখলত বাধা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 July 2018 9:05 AM GMT

যোৱা বুধবাৰে গুৱাহাটী উচ্চ ন্যায়লয়ে বোকাখাট ৰাজহ চক্ৰক অৰ্কিড উদ্যানৰ বেদখলৰ জাননী খন স্থগিত কৰি ৰাখে।জানিব পৰা মতে ২০ আগষ্টৰ পিছত দ্বিতীয়টো শুনানি হব।আন্তঃৰাষ্ট্ৰীয় কাজিৰঙা অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ্য উদ্যান খনে ৬বিঘা,১কঠা,১২লেচা মাটি আইনী ভাৱে দখল কৰি থকা বুলি যি অভিযোগ উত্থাপিত হৈছে সেই অভিযোগ মৰ্মে ৭ দিনৰ ভিতৰত সেই মাটি মুকলি কৰি দিবলৈ ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ পৰা জুলাইৰ ৫তাৰিখে এখন জাননী পঠিয়াইছিল।

Next Story
চাকৰি