মনোৰঞ্জন
অৰ্জুন কাপুৰৰ জন্মদিনত ভনীয়েক জাহ্নবী,খুচি,অনুশুলা কাপুৰ বাৰ্থ ডে’ চাৰপ্ৰাইজ
বলীউদ "ইছকজাদ"ৰ অৰ্জুন কাপুৰৰ আজি ৩৩সংখ্যক জন্মদিন।জন্মদিনৰ চাৰপ্ৰাইজ দিবলৈ মাজনিশা অৰ্জুনৰ ভনীয়েক জাহ্নবী,খুচি,অনুশুলাৰ লগতে পিতৃ বনি কাপুৰ উপস্থিত হয় অৰ্জুনৰ ঘৰত।

