বলীউদ "ইছকজাদ"ৰ অৰ্জুন কাপুৰৰ আজি ৩৩সংখ্যক জন্মদিন।জন্মদিনৰ চাৰপ্ৰাইজ দিবলৈ মাজনিশা অৰ্জুনৰ ভনীয়েক জাহ্নবী,খুচি,অনুশুলাৰ লগতে পিতৃ বনি কাপুৰ উপস্থিত হয় অৰ্জুনৰ ঘৰত।