Begin typing your search above and press return to search.

আগন্তক লোকসভা নিৰ্বাচনত বিজেপিয়ে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিব : মোডী

আগন্তক লোকসভা নিৰ্বাচনত বিজেপিয়ে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিব : মোডী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:36 AM GMT

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰুধীৰ মিত্ৰ-জোঁটৰ ধাৰনা চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে আৰু ভাৰতীয় জনতা পাৰ্টী নেতৃত্বধীন নেচনেল ডেমক্ৰেটিক এলাইনচে আগন্তক ২০১৯ লোকসভা নিৰ্বাচনত পূৰ্বৰ তুলনাত বেছি আসন লাভ কৰাৰ লগতে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি আকৌ চৰকাৰ গঠন কৰিব।লগতে প্ৰধানমন্ত্ৰীজনে কয় যে ৰাজ্যসভা আৰু লোকসভাৰ উপ-অধক্ষ্যৰ নিৰ্বাচনৰ অনাস্থা সময়ত নেচনেল ডেমক্ৰেটিক এলাইনচৰ যে বিজয় নিশ্চিত হেয়া প্ৰমানিত হৈছে।দ্য টাইচ অৱ ইণ্ডিয়াৰ লগত হোৱা এটা সাক্ষাৎকাৰত গণ-হত্যা এটা অতি জঘন্য অপৰাধ,ই অতি দ্ৰুতগতিত দেশত বৃদ্ধি পাইছে আৰু এই অপৰাধটোৰ লগত জড়িত সকলো লোকক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব।লগতে কয় যে বিজেপি চৰকাৰে শাসনৰ বাঘজৰী দখল কৰা পাছত ভাৰতবৰ্ষ উন্নতি আৰু প্ৰগতিৰ ক্ষেত্ৰত বহুত আগুৱাই গৈছে আৰু বিজেপি চৰকাৰে এই সময় খিনিত যিমান দেশৰ উন্নতিৰ বাবে কাম কৰিছে তাৰ তুলনাত কংগ্ৰেছ চৰকাৰে তেওঁলোকৰৰ সমগ্ৰ শাসন কালতো কৰিবলৈ সক্ষম নহল সেইবাবে চৰকাৰে কংগ্ৰেছক বৰ্জন কৰিছে।

Next Story
চাকৰি