Begin typing your search above and press return to search.
আছুৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক অমিয় বৰ্মনৰ মৃত্যু

আছুৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক অমিয় বৰ্মনৰ আজি বিয়োগ ঘটে। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা ৰ পৰা গৈ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু পাছত সদৌ অসম ছাত্ৰ সন্থা ৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক পদত অধিষ্ঠিত হৈছল ছাত্ৰ নেতাজন।বৰ্তমানৰ অসম উন্নতি সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহৰ দায়িত্বত থকা নলবাৰী জিলাৰ বিপ্লৱী সন্তান জন দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কেন্সাৰৰ ৰোগত ভুগি আছিল ।
তখেতে নলবাৰী হৰি মন্দিৰ,নলবাৰী জিলা সাহিত্য সভাকে ধৰি নানান অনুষ্ঠানৰ লগত জড়িত আছিল।
Next Story