Begin typing your search above and press return to search.
আছুৰ শক্তিশালী প্ৰতিবাদ

যোৱা শুক্ৰবাৰে বিশ্বনাথ মহকুমাৰ আছু আৰু বিশ্বনাথ চাৰিআলিৰ আঞ্চলিক আছুৱে নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত এক শক্তিশালী প্ৰতিবাদ সাব্যস্ত কৰে।ইয়াৰ লগতে বহু কেইটা সংগঠন যেনে; জিনজিয়া আঞ্চলিক আছু,বিহালী আঞ্চলিক আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা কমিটী আদি।এই প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী,মহিলা,গাঁৱ সংগঠন,সাধাৰন ৰাইজকে ধৰি বহু লোকে অংশ গ্ৰহন কৰে।
Next Story