আজি ১১ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ
ৰোমৰ আৰূ ইংলেণ্ডৰ মাজত ১৫৪৩ চনৰ আজিৰ দিনটোতে ফান্সৰ বিৰুদ্ধে বুজাবুজি হয় ।
১৬১৩ চনৰ আজিৰ দিনটোতে মোগল বাদশ্বাস জাহাংগীৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চুৰতত কাৰখানা নিৰ্মাণৰ অনুমতি দিয়ে ।
১৭২০ চনৰ আজিৰ দিনটোতে চুইডেন আৰু প্ৰশিয়াৰ মাজত শান্তিৰ বুজাবুজি হয় ।
১৭৯৩ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ডৰ বেনলোত প্ৰশিয়াৰ সেনাই অধিকাৰ কৰে ।
১৭৯৮ চনৰ আজিৰ দিনটে ফান্সে ৰোমক অধিকাৰ কৰে ।
১৮১৪ চনৰ আজিৰ দিনটোতে ইউৰোপী এখন দেশে স্বাধীনতা লাভ কৰে ।
১৮২৬ চনৰ আজিৰ দিনটোতে লণ্ডনত ইউনিভাৰচিটীৰ স্থাপনা হয় ।
১৮৮৯ চনৰ আজিৰ দিনটোতে জাপানত এখন সংবিধানক অংগীকাৰ কৰে ।
১৯১৯ চনৰ আজিৰ দিনটোতে ফ্ৰেডৰিক এৱাৰ্ড জাৰ্মানীৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ।
১৯৫৩ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘ ইজৰাইলৰ লগত কুটনৈতিক সম্বন্ধ ভংগ কৰে ।
১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতত বাতৰি কাকতৰ প্ৰকাশ হয় ।
১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ ক্ৰিকেটাৰ বীনু মাকণ্ডে শেষবা্ৰৰ কাৰণে ৱেষ্টইণ্ডিজৰ বিৰোদ্ধে খেলে ।
১৯৬৩ চনৰ আজিৰ দিনটোতে আমেৰিকাই ইৰাকৰ নতুন চৰকাৰক মান্যতা দিয়ে ।
১৯৬৪ চনৰ আজিৰ দিনটোতে তাইবানে ফান্সৰ লগত কুটনৈতিক সম্পৰ্ক ভংগ কৰে ।
তুৰ্কী আৰু গ্ৰীকৰ মাজত ১৯৬৪ চনৰ আজিৰ দিনটোতে যুদ্ধৰ ঘোষণা হৈছিল ।
১৯৬৬ চনৰ আজিৰ দিনটোতে লাল বাহাদূৰ শাস্ত্ৰীয়ে ইহলীলা সম্বৰণ কৰে ।
১৯৬৮ চনৰ আজিৰ দিনটোতে লেখক,পত্ৰকাৰ দীনদয়াল উপাধ্যায়ক হত্যা কৰে ।
দক্ষিণ আফ্ৰিকাৰ মহান নেতা নেলচন মেণ্ডেলাক ১৯৯০ চনৰ আজিৰ দিনটোতে জেলৰ পৰা মুকলি কৰে ।
২০০৯ চনৰ আজিৰ দিনটোতে অসমীয়া প্ৰসিদ্ধ লেখক ডাঁ লক্ষ্মীনন্দন বৰাক সৰস্বতী সন্মান দিয়াৰ কথা ঘো্ষণা কৰে ।
১৭৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ তিলকা মাঝীৰ জন্ম হৈছিল ।
১৮৪৭ চনৰ আজিৰ দিনটোতে নিত্য নতুন ব্যৱহাৰিক বস্তু দিয়া অল্বা এডিসনৰ জন্ম হৈছিল ।
১৯০১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী নেতা দামোদৰ স্বৰুপ শেঠৰ জন্ম হয় ।
মোগল সম্ৰাট জহাঁদাৰশাহৰ ১৭১৩ চনৰ আজিৰ দিনটাতে মৃত্যু হৈছিল ।
১৯৪২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সমাজবাদী জমনালাল ৱজাজৰ মৃত্যু হৈছিল ।
১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ পঞ্চম ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ মৃত্যু হৈছিল ।
১৯৮৯ চনৰ দিনটোতে হিন্দী প্ৰসিদ্ধ কবি লেখক সম্পাদক পণ্ডিত নৰেন্দ্ৰ শৰ্মা মৃত্যু হয় ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি