Begin typing your search above and press return to search.

আজি ১৫ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৫ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Feb 2019 5:29 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা,যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৭৬৩ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়া আৰু প্ৰশিয়াৰ মাজত শান্তি সন্ধি হয় ।

১৭৬৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ লুইচ চহৰৰ স্থাপন হয় ।

১৯০৬ চনৰ আজিৰ দিনটোেতে ব্ৰট্টেইনৰ লেবাৰ পাৰ্টিৰ স্থাপন কৰে ।

১৯৪২ চনৰ আজিৰ দিনটোতে চিংগাপুৰে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাপানৰ সেনাৰ ওচৰত আত্মসমৰ্পন কৰে ।

১৯৬১ চনৰ আজিৰ দিনটোতে বেলজিয়ামত ৱাইং ৭০৭ বিমানখন দুৰঘৰ্টনাগ্ৰস্ত হোৱাৰ পিছত প্ৰায় ৫০ জন লোকৰ মৃত্যু হয় ।

১৯৬৭ চনৰ আজিৰ দিনটোতে ভাৰতত চতুৰ্থ লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়।

১৯৭৬ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত কেন্দ্ৰীয় কৃষি অনুসন্ধান সংস্থানৰ স্থাপন হয় ।

১৯৮৯ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘ সেনাই আফগানিস্তানৰ পৰা ঘূৰি আহে ।

২০০০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্দেশক বী আৰ চোপ্ৰাক দাদাচাহেব ফাল্কে বটাঁ লাভ কৰে ।

২০০৫ চনৰ আজিৰ দিনটোতে ইৰাণৰ ৰাজধানী তেহৰাণত নানাজ পঢ়িবলৈ যোৱা সময়তে মছজিদত অগ্নি কাণ্ড হোৱাৰ কাৰণে প্ৰায় ৫০ জন লোকৰ মৃত্যু হয় ।

২০১০ চনৰ আজিৰ দিনটোতে জয়পুৰ ঘৰাণেৰ কথক নৃত্যাংগনা প্ৰেৰণা শ্ৰীমালীক ২০০৯ বৰ্ষৰ সংগীত নাটক একাডেমী পুৰস্কাৰৰ কাৰণে নিৰ্বাচিত কৰা হয় ।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯২১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ইতিহাসকাৰ তথা লেখক ৰাধাকৃষ্ণ চৌধুৰীৰ জন্ম হয়।

১৯৮৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী মীৰা জেচমিনৰ জন্ম হৈছিল ।

১৯৪৯ চনৰ আজিৰ দিনটোতে সংস্কৃত ভাষাৰ প্ৰতিষ্ঠিত সাহিত্যকাৰ ৰাধাবল্লভ ত্ৰিপাঠীৰ জন্ম হৈছিল ।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা:

১৮৬৯ চনৰ আজিৰ দিনটোতে মহান উৰ্দূ কবি আৰু লেখক মিৰ্জা গালিবৰ মৃত্যু হয় ।

১৯৪৮ চনৰ আজিৰ দিনটোতে কবি সুভদ্ৰা কুমাৰী চৌহানৰ মৃত্যূ হয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি