আজি ১৫ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ
চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷
১৪৯৩ চনত আজিৰ দিনটোতে ক্ৰিষ্ট’ফাৰ কলম্বাছে বিশ্ব ভ্ৰমণৰ পিছত স্পেইনত উপস্থিত হয়।
১৫৬৪ চনৰ আজিৰ দিনটোতে মোগল বাদশ্বাহ আকবৰে কৰ আঁতৰাই ৷
১৭৪৪ চনৰ আজিৰ দিনটোতে ফান্সীছ সম্ৰাট লুইছ পন্দ্ৰহন্বেই ব্ৰিট্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷
১৮৯২ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ কাৰণে নিউয়কত অট’মেটিক বেলট মেছিনৰ প্ৰয়োগ কৰে ৷
১৯১৯ চনৰ আজিৰ দিনটোতে ওস্মানিয়া বিশ্ববিদ্যালয়ৰ উৎঘাটন কৰে ৷
১৯৫৬ চনৰ আজিৰ দিনটোতে জৰ্জ বানাৰ্ড শ্ব’ৰ নাটকৰ ওপৰত আধাৰিত মিউজিকেল প্লে’ ম্যে ফেয়াৰ লেডী জনসাধাৰণৰ কাৰণে মুকলি কৰা হয়।
১৯৬৪ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই পূৰ্বী কজাখাস্তানত পৰমাণু পৰীক্ষণ কৰে ৷
১৯৮৪ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ তঞ্জানিয়াত সংবিধানক অংগীকাৰ কৰে ৷
১৯৯৭ চনৰ আজিৰ দিনটোতে ইৰানে প্ৰথম বাৰৰ কাৰণে কোনো মহিলা ৰাজনীতিক বিদেশত নিযুক্তি দিয়ে ৷
১৯৯৯ চনৰ আজিৰ দিনটোতে এল্ডবজোৰ্গ লোৰ্বৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী হয় ৷
২০০২ চনৰ আজিৰ দিনটোতে স্পেইনৰ বাৰ্সিলোনা নামৰ ঠাইত ইউৰোপীয় সংঘৰ শিখৰ সন্মিলন আৰম্ভ হয় ।
২০০৭ চনৰ আজিৰ দিনটোতে ভোডাফ’ন আৰু এচ্চাৰৰ মাজত বুজাবুজি হয় ৷
মানৱ অধিকাৰক ৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট যোগদানৰ কাৰণে ২০০৮ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথম মহিলা আইপীএছ অধিকাৰী কিৰণ বেদীক জৰ্মান সন্মান এনীমেৰী মেডিছনৰ কাৰণে চিনাক্ত কৰে ৷
২০০৭ চনৰ আজিৰ দিনটোতে প’ছিলিয়াত মহাত্মা গান্ধীৰ প্ৰতিমা স্থাপন কৰা হয়।
এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷
১৯০১ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহান কুস্তী প্ৰশিক্ষক গুৰু হনুমানৰ জন্ম হৈছিল ৷
১৯৩৪ চনৰ আজিৰ দিনটোতে বহুজন সমাজ পাৰ্টিৰ সংস্থাপক কাশীৰামৰ জন্ম হৈছিল ৷
১৯৪৩ চনৰ আজিৰ দিনটোতে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং বৰ্মাৰ জন্ম হৈছিল ৷
১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় পূৰ্ব হকী খেলুৱৈ অজীত পল সিঙৰ জন্ম হৈছিল।
১৯৯৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা
১২৩৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চুফী সন্ত হজৰত খ্যাজা ম’ইনুদ্দীন চিস্তী অজমেৰী অলেহে ইহলীলা সম্বৰণ কৰে ৷
১৮৮২ চনৰ আজিৰ দিনটোতে দাৰ্শনিক,অক্সফ’ৰ্ড বিশ্ব বিদ্যালয়ৰ অধ্যক্ষ থমাছ হিল গ্ৰীণে ইহলীলা সম্বৰণ কৰে ৷
১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ইতিহাসকাৰ লেখক কৃষ্ণ চৌধুৰীয়ে ইহলীলা সম্বৰণ কৰে ৷
২০০৯ চনৰ পজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা বিমান চালক সৰলা ঠকৰালৰ মৃত্যু হয় ৷
২০১৫ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী তথা মহাদেৱ দেশাইৰ পুত্ৰ নাৰায়ণ ভাই দেশাইয়ে ইহলীলা সম্বৰণ কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি