আজি ১৯ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য
চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷
১৮৩১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নিউয়কস্থিত চিটী বেংকত হোৱা চুৰিত প্ৰায় ২৪৫,০০০ ডলাৰ লুট কৰি লৈ যায় ৷
১৮৬৬ চনৰ আজিৰ দিনটোতে ম’নাৰ্কৰ লীবৰপুলত হোৱা জাহাজ দুৰ্ঘটনাত প্ৰায় ৭৫০ জন লোকৰ মৃত্যু হয় ৷
১৮৭৭ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টেষ্ট মেছ ইংলেণ্ডক ৪৫ ৰাণত পৰাজিত কৰে।
১৮৯৫ চনৰ আজিৰ দিনটোতে লুমিয়ৰ্ছ ব্ৰদাৰ্ছে চিনেম’টোগ্ৰাফৰ প্ৰথম ফুটেজ ৰেকৰ্ড কৰে ৷
১৯২৭ চনৰ আজিৰ দিনটোতে জাৰ্মানীত নাজী আৰু কমিউনিষ্টৰ মাজত সংঘৰ্ষ হয়।
১৯৪৪ চনৰ আজিৰ দিনটোতে আজাদ হিন্দু ফৌজে পুৰ্বোত্তৰ ভাৰতত ৰাষ্ট্ৰীয় ধ্বজা উৰুৱাই।
১৯৫৩ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ কাৰণে অকাডেমী পুৰস্কাৰ টেলিভিশ্যনত প্ৰচাৰণ হয় ।
১৯৬৫ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াই সকলো বিদেশী তেল কোম্পানীক ৰাষ্ট্ৰীয় কৰণ কৰে ৷
১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰত বাংলাদেশৰ মাজত মিত্ৰতা সন্দৰ্ভত হস্তাক্ষৰ কৰে ৷
১৯৭৭ চনৰ আজিৰ দিনটোতে ফান্সে এটি দ্বীপত পৰমাণু পৰীক্ষণ কৰে ।
১৯৯০ চনৰ আজিৰ দিনটোতে কানাডাৰ ৰাজধানী অট’ৱাত মহিলাসকলৰ প্ৰথম বিশ্ব হকী প্ৰতিযোগীতা আয়োজন কৰে ৷
১৯৯৮ চনৰ আজিৰ দিনটোতে অটল বিহাৰী বাজপেয়ী দ্বিতীয় বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হয়।
১৯৯৯ চনৰ আজিৰ দিনটোতে ইউৰোপীয় আয়োগৰ অধ্যক্ষ জেকছ সান্টৰে নিজৰ পদৰ পৰা অব্যাহতি দিয়ে ৷
২০০৪ চনৰ আজিৰ দিনটোতে আমেৰিকাই বিশ্ব ব্যৱসায়ী সংগঠনে প্ৰথম বাৰৰ কাৰণে চীনৰ ওপৰত মোকদমা আৰোপ কৰে।
এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷
১৮৮৪ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ন ভাস্কৰ খেৰৰ জন্ম হৈছিল।
১৯১১ চনৰ আজিৰ দিনটোতে জৈন সাহিত্যৰ বিশেষজ্ঞ তথা লেখক অগৰাচন্দ নাহটাৰ জন্ম হৈছিল।
১৯৩৯ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ প্ৰসিদ্ধ হাস্য কলাকাৰ জগদীপৰ জন্ম হয়।
১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় শিক্ষাবিদ ইন্দু সাহানীৰ জন্ম হৈছিল ৷
১৯৮৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী তনুশ্ৰী দত্তাৰ জন্ম হৈছিল ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা
১৯৭৮ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী নেতা তথা প্ৰাক্তন লোকসভাৰ অধ্যক্ষ এম এ আয়াংগাৰৰ নিধন হয় ।
১৯৮২ চনৰ আজিৰ দিনটোতে মহান ৰাজনেতা জেৱী কৃপনালীৰ আহমেদাবাদত মৃত্য হয় ৷
২০১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিৰ অভিনেতা নবীন নিশ্ৰলৰ মৃত্যু হয় ।
২০১৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাষি চিন্তক আৰু শিক্ষাবিদ সুৰজভান সিঙৰ মৃত্যু হয় ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি