আজি ২০ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য
চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷
১৩৫১ চনৰ আজিৰ দিনটোতে দিল্লীৰ চুলতান মহম্মদ বিন টোগলকৰ মৃত্যু হৈছিল ৷
১৬০২ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ স্থাপনা হৈছিল ৷
১৭৩৯ চনৰ আজিৰ দিনটোতে দিল্লীত নাদিৰশ্বাহে অধিকাৰ কৰে ৷
১৯০৪ চনৰ আজিৰ দিনটোতে চি এফ এণ্ডুজ মহাত্মা গান্ধীৰ লগত স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ ভাৰতলৈ আহিছিল।
১৯১৬ চনৰ আজিৰ দিনটোতে এলবাৰ্ট আইষ্টাইনৰ গ্ৰন্থ জেনেৰেল থিয়ৰী অফ ৰিয়েলিব্ৰিটীৰ প্ৰকাশ হয়।
১৯২০ চনৰ আজিৰ দিনটোতে লণ্ডন আৰু দক্ষিণ আফ্ৰিকাৰ মাজত বিমান চলাচল আৰম্ভ হয়।
১৯৫৬ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই পৰমাণু পৰীক্ষণ কৰে ।
১৯৬৬ চনৰ আজিৰ দিনটোতে লণ্ডন বেষ্টমিনিষ্টাৰৰ চেন্ট্ৰল হ’লত প্ৰদৰ্শনীল কাৰণে ৰখা ফুটবল ৱল্ড কাপ চুৰি হয় ।
১৯৭৭ চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী লোকসভা নিৰ্বাচনত পৰাজিত হয়।
১৯৮১ চনৰ আজিৰ দিনটোতে আৰ্জেন্টিনাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইচাবেল পোৰেনৰ আঠ বছৰ কাৰাদণ্ড হয়।
১৯৮৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চৰকাৰৰ দ্বাৰা দিয়া এইডছ ৰোগীৰ কাৰণে দিয়া ঔষধ AZT ক ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে মঞ্জুৰী দিয়ে।
১৯৮২ চনৰ আজিৰ দিনটোতে ফান্সে পৰমাণু পৰীক্ষণ কৰে ৷
১৯৯১ চনৰ আজিৰ দিনটোতে বেগম খালিদা জিয়াক বাংলাদেশৰ প্ৰধানমন্ত্ৰী হয় ।
২০০৩ চনৰ আজিৰ দিনটোতে ইৰাকত আমেৰিকাই আক্ৰমণ কৰে ৷
২০০৬ চনৰ আজিৰ দিনটোতে আফগানিস্তানৰ বিদেশ মন্ত্ৰীয়ে ওচমা বিন লাডেন পাকিস্তানত থকাৰ কথা উল্লেখ কৰে ৷
এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷
১৬১৫ চনৰ আজিৰ দিনটোতে মোগল বাদশ্বাহ শ্বাহজহাঁ আৰু মমতাজ মহলৰ পুত্ৰ দ্বাৰা শিকোহৰ জন্ম হয় ৷
১৭৮২ চনৰ আজিৰ দিনটোতে কংগ্ৰেছ অধিকাৰী তথা ইতিহাসকাৰ কৰ্ণেল টাণ্ডৰ জন্ম হৈছিল ৷
১৯৬৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় গায়িকা অলকা য়াগনিকৰ জন্ম হৈছিল ৷
১৯৭৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় গল্ফ খেলুৱৈ অৰ্জুন অটৱাল জন্ম হৈছিল ৷
১৯৮৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী কংগনা ৰানাৱতৰ জন্ম হৈছিল৷
১৭২৭ চনৰ আজিৰ দিনটোতে মহান গণিতজ্ঞ,ভৌতিক বৈজ্ঞানিক,দাৰ্শনিক আইজাক নিউটনৰ মৃত্যু হৈছিল ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা
১৯৪৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতা এছ সত্যমূৰ্তিয়ে ইহলীলা সম্বৰণ কৰে ৷
১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতীয় হকী খেলুৱৈ জয়পাল সিঙৰ মৃত্যু হয় ৷
১৯৭২ চনৰ আজিৰ দিনটোতে জম্মু কাশ্মীৰৰ নেতা প্ৰেমনাথ ডোগৰাৰ মৃত্যু হয়।
১৯৯৯ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ব্ৰিট্টিছ চিত্ৰকাৰ পেট্ৰিক হেৰোনৰ মৃত্যু হয় ৷
ভাৰতীয় অভিনেতা সোভন বাবুৰ মৃত্যু হয় ২০০৮ চনৰ আজিৰ দিনটোতে ৷
ভাৰতীয় ছবিৰ অভিনেত্ৰী বোব ক্ৰিষ্ট’ৰ মৃত্যু হয় ২০১১ চনৰ আজিৰ দিনটোতে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি