Begin typing your search above and press return to search.

আজি ২১ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২১ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jan 2019 6:53 AM GMT

প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ

ষ্টাকহোম সন্ধিত পাৰ্চীয়া আৰু স্বীডনে ১৭২০ চনৰ আজিৰ দিনটোতে হস্তাক্ষৰ কৰিছিল।

১৭৮৯ চনৰ আজিৰ দিনটোতে বিলিয়ম হিল ব্ৰাউনৰ গ্ৰন্থ "দ্য পাৱৰ অফ চিম্পথী" বোষ্টনত চপা হৈছিল ৷

১৮৫৩ চনৰ আজিৰ দিনটোতে লেফাফা তৈয়াৰ কৰা যন্ত্ৰৰ আৱিস্কাৰ হৈছিল ৷

১৯২৪ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনত মজদূৰ সকলৰ পাৰ্টিৰ চৰকাৰ গঠন হয় ৷ আৰু এই চৰকাৰৰ প্ৰধানমন্ত্ৰী হয় ৰোকজে মেকডোনাল্ড ৷

১৯২৫ চনৰ আজিৰ দিনটোতে আলবেনিয়া নিজকে গণৰাজ্য হিচাপে ঘোষণা কৰে ৷

১৯৫৮ চনৰ আজিৰ দিনটোতে কপিৰাইট অধিনিয়ম আৰম্ভ কৰে ।

১৯৮১ চনৰ আজিৰ দিনটোতে তেহৰানত আমিৰিকাৰ দূতবাসত বন্ধক দিয়া সকলো লোককে নিজৰ অধীনলৈ আনে ৷

ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপত ১৯৯৬ চনৰ আজিৰ দিনটোতে হোৱা এক নাও দূৰ্ঘটনাত প্ৰায় ৪০০ জন লোকৰ মৃত্যু হয় ৷

২০০০ চনৰ আজিৰ দিনটোতে হংকঙত এছিয়াৰ প্ৰথম "স্লিট লিৱৰ"প্ৰত্যাৰোপন কৰিছিল ৷

২০০৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ এখন বিমান পাকিস্তানত দুৰ্ঘটনাগ্ৰস্ত হয় ৷

২০০৭ চনৰ আজিৰ দিনটোতে "হ’ল অফ হ’ম এৱাৰ্ড"সূচীত প্ৰাক্তন ক্ৰিকেটৰ ইমৰান খান আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ অন্তৰ্ভূক্ত কৰে৷

২০০৯ চনৰ আজিৰ দিনটোতে কৰ্ণাটকৰ এক অঞ্চলত বায়ুসেনাৰ এখন প্ৰশিক্ষণ বিমান সূৰ্যকিৰণ দূৰ্ঘটনা গ্ৰস্ত হয় ৷

১৯২২ চনৰ আজিৰ দিনটোতে "এ মেন অফ অ’ৰ অ’ল চীজন’, ’ক্বীজ শ্যো’ দৰে ছবি অভিনয় কৰা হলীউড অভিনেতা প’ল স্কোফীল্ডৰ জন্ম হৈছিল ৷

১৯৪৩ চনৰ আজিৰ দিনটোতে উৰিয়া ভাষাৰ প্ৰসিদ্ধ লেখিকা প্ৰতিভা ৰায়ৰ জন্ম হৈছিল ৷

১৯৫০ চনৰ আজিৰ দিনটোতে পশ্চিমীয়া ভাৰতীয় সংগীতকাৰ ৱিলী অ’শ্যনৰ জন্ম হৈছিল ৷

১৯২৪ চনৰ আজিৰ দিনটোতে ব্লাদিমীৰ লেনিনৰ মৃত্যু হৈছিল ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত উকীল আৰু স্বাধীনতা সংগ্ৰামী ৰাম বিহাৰী বোসৰ মৃত্যু হৈছিল ৷

১৯৫০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ লেখক জৰ্জ আঁৰেবলৰ মৃত্যু হৈছিল ৷

১৯৫৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বৈজ্ঞানিক জ্ঞানচন্দ্ৰ ঘোষৰ মৃত্যু হৈছিল ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ প্ৰখ্যাত পত্ৰকাৰ উপন্যাসকাৰ সম্পাদক আৰু কাহানীকাৰ শিৱপুজন সহায়ৰ মৃত্যু হৈছিল ৷

২০১৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ শাস্ত্ৰীয় নৃত্যাংগনা মৃণালিনী সাৰাভাইৰ মৃত্যু হৈছিল ৷

আজি ত্ৰিপুৰা,মেঘালয় আৰু মণিপুৰ ৰাজ্যৰ স্থাপনা দিৱস ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি