Begin typing your search above and press return to search.

আজি ২২ ফ্ৰেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২২ ফ্ৰেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Feb 2019 5:42 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা,যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৭৪৬ চনৰ আজিৰ দিনটোতে বেলজিয়ামৰ ৰাজধানীত ফান্সীছ সেনাই অধিকাৰ কৰে।

১৭৩১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ জন্ম হৈছিল ৷

১৭৮৪ চনৰ আজিৰ দিনটোতে চীনৰ লগত ব্যৱসায় কৰিবৰ কাৰণে প্ৰথম ব্যৱসায়িক প’ৰ্ট নিউয়কৰ পৰা নিয়ে ৷

১৮৪৫ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কম্পনীয়ে ডছ ইষ্ট ইণ্ডিয়া কম্পনীৰ পৰা চেৰামপোৰ আৰু ৱালাসোৰক ক্ৰয় কৰে ৷

১৮৪৮ চনৰ আজিৰ দিনটোতে লুই ফিলিপৰ শাসনৰ অসফলতাৰ কাৰণে পেৰিছত বিদ্ৰোহত হয় ৷

১৯০৭ চনৰ আজিৰ দিনটোতে লণ্ডনত টেক্সী মিটাৰ সঞ্চালিত প্ৰথম কেব মুকলি হয় ৷

১৯৩৫ চনৰ আজিৰ দিনটোতে হুৱাই হাউচত জাহাজ উৰণৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰে ৷

১৯৬৪ চনৰ আজিৰ দিনটোতে ঘানাত একদলীয় শাসন ব্যৱস্থা আৰম্ভ হয় ৷

১৯৬৬ চনৰ আজিৰ দিনটোতে ওগাণ্ডাৰ প্ৰধানমন্ত্ৰীয়ে মিল্টন অৱেটে নিজৰ মন্ত্ৰীমণ্ডলৰ পাঁচজন সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ আদেশ দিয়ে ৷

১৯৭৪ চনৰ আজিৰ দিনটোতে বাংলাদেশক আৰু পাকিস্তানে মান্যতা প্ৰদান কৰে ৷

১৯৮০ চনৰ আজিৰ দিনটোতে আফগানিস্তানে মাৰ্শ্বাল আৰ্টৰ ঘোষণা কৰে ।

২০০৬ চনৰ আজিৰ দিনটোতে জাপানে ভাৰতৰ পৰা মাংস আৰু কণীৰ সহিতে সকলো উৎপাদিত সামগ্ৰীৰ আয়ৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৭৩২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি ৱাশ্বিংটনৰ জন্ম হয়।

১৭৮৮ চনৰ আজিৰ দিনটোতে দাৰ্শনিক আৰ্থৰ শোপেন হাৱৰৰ জন্ম হয়।

১৮৫৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী,সমাজ সংস্কাৰক,দলিত সকলৰ হিতৈষী তথা স্ত্ৰীশিক্ষাৰ সমৰ্থক স্বামী শ্ৰদ্ধানন্দৰ জন্ম হৈছিল ৷

১৮৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মুখ্য নায়কৰ এজন য়তীন্দ্ৰ মোহন সেন গুপ্তাৰ জন্ম হৈছিল ৷

১৮৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী স্বামী সহজানন্দ সৰস্বতীৰ জন্ম হৈছিল ।

১৮৯২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ প্ৰসিদ্ধ ৰাজনীতিজ্ঞ আৰু অল ইণ্ডিয়া কিষান সভাৰ নেতা ইন্দুলাল যাজ্ঞিকৰ জন্ম হৈছিল ৷

১৯০৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় শিক্ষাবিদ হুমায়ুঁ কবীৰৰ জন্ম হৈছিল।

১৯০৬ চনৰ আজিৰ দিনটোতে হিন্দীৰ প্ৰসিদ্ধ কবি সহিন লাল ট্ৰিবেদীৰ জন্ম হৈছিল ৷

১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিৰ অভিনেতা কমল কাপুৰৰ জন্ম হৈছিল ৷

১৯২২ চনৰ আজিৰ দিনটোতে ভাৰতত জন্ম লাভ কৰা প্ৰসিদ্ধ চিত্ৰকাৰ এচ এচ ৰাজাৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৫৫৬ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট নাচীৰুদ্দিন হুমায়ুঁৰ মৃত্যু হৈছিল ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল ভগৱত দয়াল শৰ্মাই ইহলীলা সম্বৰণ কৰে ৷

১৯৫৮ চনৰ আজিৰ দিনটোতে শিক্ষা মন্ত্ৰী মৌলানা অব্দুল কালাম আজাদে ইহলীলা সম্বৰণ কৰে ৷

১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ প্ৰসিদ্ধ উৰ্দূ কবি জোশ মলীহাবাদীয়ে ইহলীলা সম্বৰণ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি