Top
undefined
Begin typing your search above and press return to search.

আজি ২৫ জানুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৫ জানুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Jan 2019 9:06 AM GMT

প্ৰত্যেক দিনটোৰ আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই দিনটোতে সমাজ তথা দেশলৈ বিশেষ অৱদান আগবঢ়োৱা লোক সকলৰ জন্ম হৈছিল ৷ অন্যহাতে এই বিশেষ দিনটোতে দেশ তথা সমাজত বিশেষ কিছু ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ।আহক চাওঁ আজিৰ দিনটোৰ ইতিহাস ৷

১৫৫৪ চনৰ আজিৰ দিনটোতে বাজ্ৰিলৰ চোআ পাউলো চহৰ স্থাপিত হৈছিল ৷

১৫৬৫ চনৰ আজিৰ দিনটোতে তেল্লীকোটাৰ যুদ্ধত বিজয় নগৰ সাম্ৰাজ্য বিধ্বস্ত হৈছিল ৷

১৫৭৯ চনৰ আজিৰ দিনটোতে ডছ গণৰাজ্য স্থাপন হৈছিল ৷

১৭৫৫ চনৰ আজিৰ দিনটোতে মস্কো বিশ্ব বিদ্যালয়ৰ স্থাপন হৈছিল ৷

১৮৩১ চনৰ আজিৰ দিনটোতে পোলেণ্ডৰ সংসদে স্বামীনতা ঘোষণা কৰে ৷

১৮৩৯ চনৰ আজিৰ দিনটোতে চিল্লীত হোৱা ভূমিকম্পত ১০,০০০ তকৈ অধিক লোকৰ মৃত্যু হয় ৷

১৮৮০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ব্ৰহ্ম সমাজৰ আৰম্ভ প্ৰসিদ্ধ সমাজ সুধাৰক কেশৱ চন্দ্ৰ সেনে কৰিছিল ৷

১৮৮১ চনৰ আজিৰ দিনটোতে আলেকজেণ্ডাৰ গ্ৰাহাম বেল আৰু থ’মাছ অল্বা এডীশ্যনে অ’ৰিয়েন্টেল টেলীফোন কম্পনী নিৰ্মাণ কৰে ৷

১৯২৪ চনৰ আজিৰ দিনটোতে ফান্সত শীতকালীন অলিম্পিক খেলৰ আয়োজন কৰে ৷

১৯৫৫ চনৰ আজিৰ দিনটোতে পানামা আৰু আমেৰিকাৰ নহৰ সন্ধিত স্বাক্ষৰিত কৰে ।

১৯৫৯ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনে ব্যৱসায়িক চুক্তি কৰে ৷

১৯৬৯ চনৰ আজিৰ দিনটোতে ভিয়েতনাম আৰু আমেৰিকাৰ মাজত পেৰিচত শান্তি বাৰ্তা আৰম্ভ হয়।

১৯৭১ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশক পূৰ্ণ ৰাজ্য ঘোষণা কৰে ৷

১৯৭৫ চনৰ আজিৰ দিনটোতে শেখ মুজীবুৰ ৰহমান বংগালৰ ৰাষ্ট্ৰপতি হয় ৷

১৯৮০ চনৰ আজিৰ দিনটোৰ পৰাই তিনি বছৰৰ পিছৰ পৰাই ভাৰত ৰত্ন,পদ্ম বিভূষণ আদি সন্মান সমূহ বিশিষ্ট ব্যক্তি সকলক প্ৰদান কৰিবলৈ লয় ৷

১৮৮০ চনৰ আজিৰ দিনটোতে মাদাৰ টেৰেছাক ভাৰত ৰত্নৰে সন্মানিত কৰে ৷

১৯৮৮ চনৰ আজিৰ দিনটোতে ৰাম সেৱৰ শংকৰে সুৰীনামৰ ৰাষ্ট্ৰপতিৰ ৰূপত শপত গ্ৰহণ কৰে ৷

১৯৯০ চনৰ আজিৰ দিনটোতে ইংলেণ্ডত অহা ধুমুহাত শিশুসকলৰ লগতে প্ৰায় ৫০ জন ব্যক্তিৰ মৃত্যু হয়।

১৯৯৪ চনৰ আজিৰ দিনটোতে তুৰ্কীৰ প্ৰথম দূৰসঞ্চাৰ উপগ্ৰহ তুৰ্কচেট প্ৰথম আটলান্টিক মহাসাগৰত পৰে ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে দক্ষিন আমেৰিকাৰ কলম্বিয়াত অহা বিধ্বংসী ভূমিকম্পত প্ৰায় ৩০০ লোকৰ মৃত্যু হয় লগতে ১০০০ জন লোক আহত হয় ।

২০০২ চনৰ আজিৰ দিনটোতে ভাৰতীয় বায়ু সেনাৰ প্ৰথম এয়াৰ মাশ্যেল অৰ্জুন সিং নিযুক্ত হয়।

২০০৩ চনৰ আজিৰ দিনটোতে চীন লোকতন্ত্ৰৰ সমৰ্থক তথা নেতা ফেংগ জুক দেশৰ পৰা বহিস্কাৰ কৰে ৷

২০০৫ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰ এটা দেৱী মন্দিৰত হোৱা পদপৃষ্ঠত প্ৰায় ৩০০ অধিক লোকৰ মৃত্যু হয় ৷

২০০৯ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে পদ্মভূষণ আৰু পদ্মশ্ৰী পুৰস্কাৰৰ ঘোষণা কৰে ৷

১৮২৪ চনত আজিৰ দিনটোতে প্ৰসিদ্ধ বংগালী কবি মাইকেল মধুসূদন দত্তৰ জন্ম হৈছিল ৷

১৯৭৪ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ সাহিত্যকাৰ সমৰসেট মামৰ জন্ম হৈছিল ৷

১৮৮২ চনৰ আজিৰ দিনটোতে ইংৰাজ সাহিত্যকাৰ আৰু নিৱন্ধকাৰ বৰ্জীনিয়া বুল্ফৰ জন্ম হৈছিল ৷

১৯৩০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ সাহিত্যকাৰ আৰু কাদম্বনী পত্ৰিকাৰ সম্পাদক ৰাজেন্দ্ৰ অৱস্থিৰ জন্ম হৈছিল।

১৯১৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ ৱিলিয়ম বেডাৰৱৰ্ণৰ মৃত্যু হৈছিল।

১৯৫৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় উদ্যোগপতি,সাৰ্বজনিক নেতা নলীনী ৰঞ্জন সৰকাৰৰ মৃত্যু হয় ৷

১৯৬৯ চনত আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী নেতা অনন্তা সিঙৰ মৃত্যু হয় ৷

২০০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰসিদ্ধ নেতা বিজয়া ৰাজে সিন্ধায়াৰ মৃত্যু হয় ৷

আজি ৰাষ্ট্ৰীয় মতদাতা দিৱস ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story