আজি ২৫ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য
চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷
১৩০৬ চনৰ আজিৰ দিনটোতে ৰবাৰ্ট ব্ৰুছক স্কটলেণ্ডৰ নতুন ৰজা হিচাপে অধিস্থিত কৰে ৷
ইলেণ্ড,নেদাৰলেণ্ড আৰু ফান্সে ১৭০০ চনত এক বুজাবুজিত স্বাক্ষৰ কৰে ৷
১৭৮৮ চনৰ আজিৰ দিনটোতে সংবাদপত্ৰ কলকাতা গেজেট ভাৰতীয় ভাষা বাংলাত প্ৰথম বিজ্ঞাপন প্ৰকাশিত হয়।
১৮০৭ চনৰ আজিৰ দিনটোতে ইংলেণ্ডত সকলোতকৈ প্ৰথমতে ৰেলৱে যাত্ৰীৰ সেৱা আৰম্ভ হয়।
১৮১৪ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ড বেংক স্থাপন হয় ৷
১৮২১ চনৰ আজিৰ দিনটোতে গ্ৰীছে স্বাধীনতা লাভ কৰে ৷
১৮৯৬ চনৰ আজিৰ দিনটোতে ইউনানৰ ৰাজধানী এথেন্সত আধুনিক অলিম্পিক খেলৰ আৰম্ভ হয়।
১৮৯৮ চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দ আৰু চিষ্টাৰ নিবেদিতাক ব্ৰহ্মচৰ্য দীক্ষা দিয়ে ৷
১৯২৪ চনৰ আজিৰ দিনটোতে গ্ৰীকে গণতন্ত্ৰৰ ঘোষণা কৰে।
১৯৫৪ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথম হেলীকপ্তাৰ এচ -৫৫ দিল্লীত অৱতৰণ কৰে ৷
১৯৭৫ চনৰ আজিৰ দিনটোতে চাউডী আৰবৰ আৰবৰ শাসক শ্বাহ ফেছলক ভতিজা ৰাজকুমাৰ ফেছল বিন মুছাদে হত্যা কৰে ৷
১৯৮৮ চনৰ আজিৰ দিনটোতে নাছায়ে অন্তৰীক্ষ যান এছ ২০৬ক প্ৰক্ষেপন কৰে ৷
২০০৩ চনৰ আজিৰ দিনটোতে ইৰাকৰ ফৰাত পুল আৰু ছদ্দাম নহৰত অধিকাৰ কৰে ৷
২০০৫ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদে ছুইডানৰ কাৰণে শান্তি সেনাৰ মঞ্জুৰী দিয়ে ৷
২০০৭ চনৰ আজিৰ দিনটোতে টীম ইণ্ডিয়া বিশ্ব কাপৰ পৰা বাহিৰ হয়৷
এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷
১৮৩৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ বিলিয়ম বেডৰ বৰ্ণৰ জন্ম হৈছিল ৷
১৯০৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় ৰাজনেতা মিৰ্জা ৰাশিদ শেখৰ জন্ম হৈছিল ।
১৯৪৮ চনৰ আজিৰ দিনটোতে বলীউডৰ প্ৰসিদ্ধ কলাকাৰ ফাৰুখ শেখৰ জন্ম হৈছিল ৷
১৯৪৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় কবি তেজ ৰাম শৰ্মাৰ জন্ম হৈছিল ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা
১৯৩১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সমাজ সেৱী,ৰাজনীতিজ্ঞ আৰু স্বাধীনতা সেনানী গণেশ শংকৰ বিদ্যাৰ্থীৰ মৃত্যু হয়।
১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ টেইবা জিবাৰাত্তীনমৰ মৃত্যু হয়।
২০১১ চনৰ আজিৰ দিনটোতে হিন্দীৰ প্ৰসিদ্ধ আলোচক কমলা প্ৰসাদৰ জন্ম হয়।
২০১৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ছবিৰ অভিনেত্ৰী নন্দাৰ মৃত্যু হয়।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি