Begin typing your search above and press return to search.

আজি ৬ জানুৱাৰী ৷ আহক দিনটো আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ইতিহাসেৰে

আজি ৬ জানুৱাৰী ৷ আহক দিনটো আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ইতিহাসেৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jan 2019 5:36 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজি ৬ জানুৱাৰী দিনটোৰো আছে এক বিশেষ ইতিহাস ৷ এই বিশেষ দিনটোতে দেশ তথা সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তি সকলৰ জন্ম হোৱাৰ লগতে ৷ সংঘটিত হৈছিল কিছুমান বিশেষ ঘটনা ৷ লগতে এই দিনটোতেই আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ মৃত্যু হৈছিল ৷ আহক দিনটো আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ইতিহাসেৰেঃ

আহক চাওঁ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা লোকসকলৰ তালিকাঃ

১৯৩২ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কম্পনীৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল ৱাৰ্ণেন হেষ্টিংগছৰ জন্ম হৈছিল ।

১৮৯৬ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশৰ সামাজিক আৰু ৰাজনৈতিক কৰ্মকৰ্তা বৃজলাল বিয়াণীৰ জন্ম হৈছিল ।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইতিহাসত সংঘটিত হোৱা কেইটিমান ঘটনাঃ

১৯১৭ চনৰ আজিৰ দিনটোতে ফিনলেণ্ডে ৰুছৰ পৰা স্বাধীনতাৰ ঘোষণা কৰে ৷

১৯২৬ চনৰ আজিৰ দিনটোৰ পৰাই ফিৰাক গোৰখপুৰীক সাহিত্যিক জীৱনৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই ব্ৰিট্ৰিছ চৰকাৰে ৰাজনৈতিকভাৱে বন্দী কৰে ৷

১৯৫৮ চনৰ আজিৰ দিনটোৰ পৰাই ইটালীত বিশ্বৰ সকলোতকৈ দীঘল সুৰংগ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰে ৷

১৯৭৮ চনৰ আজিৰ দিনটোৰ পৰাই ইউৰোপীয় দেশ স্পেইনে সংবিধানক অংগীকাৰ কৰে।

ইজৰাইলৰ ৰাজধানী জেৰুজালেমত ১৯৮৩ চনৰ আজিৰ দিনটোতে এখন বাছৰ বিস্ফোৰণত প্ৰায় ছশ নাগৰিকৰ মৃত্যু হয়।

১৯৯০ চনৰ আজিৰ দিনটোতে যুদ্ধ বিৰতি প্ৰয়াসৰ সময়ত ইৰাকৰ ৰাষ্ট্ৰপতি চদ্দাম হুছেইনে ইৰাক আৰু কুৱেটত বন্দকত ৰখা সকলো বিদেশীক মুকলি কৰিবলৈ আদেশ দিয়ে ৷

১৯৯৭ চনৰ আজিৰ দিনটোতে জাপানত আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলন আৰম্ভ ৷

১৯৯৮ চনৰ আজিৰ দিনটোতে বেংককত ১৩ সংখ্যক এছিয়াই ক্ৰিয়াৰ আৰম্ভ ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াৰ জেলৰ পৰা ২৮৩ জন কয়দী পলায়ন কৰে ৷

২০০৭ চনৰ আজিৰ দিনটোৰ পৰাই অষ্ট্ৰেলিয়াৰ বিদ্যালয়ত মুছলিম ছাত্ৰসকলক হিজাব পৰিধান কৰাৰ অনুমতি লাভ কৰে ৷

আহক চাওঁ আজিৰ দিনটোত মৃত্যু হোৱা মহান ব্যক্তিসকলৰ তালিকাঃ

১৯৫৬ চনৰ আজিৰ দিনটোতে বহুজন ৰাজনৈতিক নেতা ভীমৰাও আম্বেদকাৰৰ মৃত্যু হৈছিল ৷

১৯৯৮ চনৰ আজিৰ দিনটোতে পৰমবীৰ চক্ৰৰে সন্মানিত ভাৰতীয় সৈনিক মেজৰ হোশিয়াৰ সিঙৰ জন্ম হৈছিল ।

২০০৯ চনা আজিৰ দিনটোতে হিন্দী ছবিৰ প্ৰসিদ্ধ অভিনেত্ৰী বীনা ৰয়ৰ মৃত্যু হৈছিল ৷

২০১৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অধিকাৰী ডা° ব্ৰহ্মদেৱ শৰ্মাৰ মৃত্যু হৈছিল ৷

২০১৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় চৰিত্ৰ অভিনেতা ৰাম মোহনৰ মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি