আজি ৮ ফ্ৰেব্ৰুৱাৰীঃচাওঁআহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ
১৯৮৫ চনৰ আজিৰ দিনটোতে ১৭৭৪-১৭৮৫ চনলৈ গবৰ্নৰ জেনেৰেল হোৱা ৱাৰেন হেষ্টিংগ্সে ভাৰত ত্যাগ কৰে ৷
১৯০৯ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ জাৰ্মানী আৰু ফান্সৰ মাজত মৰ’ক্কো সন্ধিত স্বাক্ষৰ হয় ৷
১৯৪৩ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰাম সেনানী নেতাজী সুভাষ চন্দ্ৰ বসু জাৰ্মানীৰ পৰা এখল নাঁওৰ জৰিয়তে জাপানৰ কাৰণে গমন কৰে ৷
১৯৫২ চনৰ আজিৰ দিনটোতে মহাৰাণী এলিজাবেথ ব্ৰিটেইনৰ মহাৰানী আৰু ৰাষ্ট্ৰমণ্ডল দেশৰ অধ্যক্ষ হয় ৷
১৯৭১ চনৰ আজিৰ দিনটোতে পৃথিৱীৰ প্ৰথম ইলেক্ট্ৰ’নিক শ্বেয়াৰ বাজাৰৰ মুকলি হয় ৷
১৯৭১ চনৰ আজিৰ দিনটোতে লাওচত দক্ষিনী ভিয়েটনামী সেনাই আক্ৰমণ কৰে ৷
১৯৮৬ চনৰ আজিৰ দিনটোতে দিল্লীত প্ৰথমবাৰৰ কাৰণে প্ৰীপেইড টেক্সীৰ আৰম্ভ কৰে ।
১৯৯৪ চনৰ আজিৰ দিনটোতে ক্ৰিকেটাৰ কপিল দেবে টেষ্ট শৃংখলাত ৪৩২ উইকেট লৈ ৰিচৰ্ড হেডলীৰ সকলোতকৈ অধিক উইকেট লোৱাৰ বিশ্ব ৰেকৰ্ড ভংগ কৰিছিল ৷
১৯৯৯ চনৰ আজিৰ দিনটোতে কানাডী অন্তৰীক্ষ কেন্দ্ৰৰ পৰা আমেৰিকা অন্তৰীক্ষ যান ষ্টাৰডষ্ট মুকলি হয় ৷
২০০৬ চনৰ আজিৰ দিনটোতে চিঅ"লত ভাৰত আৰু দক্ষিন কোৰিয়াৰ মাজত তিনিখন চুক্তি সম্পন্ন হয় ৷
২০০৮ চনৰ আজিৰ দিনটোতে বেংগালোৰস্থিত ইণ্ডিয়ান ইনষ্টিটিউড অফ চায়েন্সৰ বৰিষ্ঠ বৈজ্ঞানিক শান্তনু ভট্টাচাৰ্যক জী ডী বিড়লা পুৰস্কাৰেৰে সন্মানিত হয় ৷
২০০৮ চনৰ আজিৰ দিনটোতে উৰিষ্যাৰ শিশুপালগড়ত ২৫০০ বছৰ পুৰণি এখন চহৰ আৱিস্কাৰ হয় ৷
১৮৯৭ চনৰ আজিৰ দিনটোতে দেশৰ তৃতীয় ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ জন্ম হয় ৷
১৯২৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় ঠুমৰী গায়িকা শোভা গুৰ্টুৰ জন্ম হৈছিল ৷
১৯৪১ চনৰ আজিৰ দিনটোতে গজলক ভাৰতৰ প্ৰতি ঘৰে ঘৰে পৰিচয় কৰাই দিবলৈ জগজীত সিঙৰ জন্ম হৈছিল ৷
১৯৩৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জেম্চ মাইকেল লিংগদ্ৰোহৰ জন্ম হৈছিল৷
১৯৫১ চনৰ আজিৰ দিনটোতে হিন্দী মঞ্চৰ কবিসকলৰ ভিতৰত এজন আশোক চক্ৰধৰৰ জন্ম হৈছিল ৷
১৯৬৩ চনৰ আজিৰ দিনটোতে ক্ৰিকেটাৰ মহম্মদ অজৰুদ্দিনৰ জন্ম হৈছিল ৷
১৯২৮ চনৰ আজিৰ দিনটোতে গোমান্তক দলৰ সদস্য ৱালা দেশাইৰ জন্ম হৈছিল ৷
১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহিলা ক্ৰিকেটাৰ একতা বিষ্টৰ জন্ম হৈছিল ৷
১৮৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চিভিল সেৱক আৰু প্ৰশাসক ৱী টী কৃষ্ণামাচাৰীৰ জন্ম হৈছিল ৷
১৯৬৫ চনৰ আজিৰ দিনটোতে ইলাখানী সম্ৰাজ্যৰ সংস্থাপক হুলেগু খানৰ মৃত্যু হৈছিল ৷
১৯৯৫ চনৰ আজিৰ দিনটোতে স্বাধীনতাৰ কাৰণে সংঘৰ্ষ কৰা মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ এগৰাকী কলপ্না দত্তৰ মৃত্যু হয় ৷
১৯৭১ চনৰ আজিৰ দিনটোতে মহান লেখক মাণিকলাল মুঞ্চীৰ মৃত্যু হৈছিল ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি