Begin typing your search above and press return to search.

আন্তঃস্কুল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত

আন্তঃস্কুল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Aug 2018 7:53 AM GMT

তেজপুৰ জিলা পুথিভঁৰালত শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰে জিলা ভিত্তিক আন্তঃস্কুল কুইজ প্ৰতিযোগিতা।অনুষ্ঠান খনত উপস্থিত থাকে শোণিতপুৰৰ এডিচি পৰাগ কুমাৰ কাকতী। প্ৰাক্তন ৰেডিঅ' জকে নিৰ্মালী ভট্টাচাৰ্য্যৰ পৰিচালনাত জিলাখনৰ মুঠ ১৪খন বিদ্যালয়ে এই কুইজ প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে।মুঠ ১৪টা দলে অংশ লয় এই অনুষ্ঠানত,প্ৰতিটো দলত তিনিজনকৈ ছাত্ৰ-ছাত্ৰী থাকে।

তেজপুৰৰ আৰ্মী পাব্লিক স্কুলে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয়,তাৰ পিছত ক্ৰমে ছেইণ্ট যোজেফ কনভেণ্ট,তেজপুৰ আৰু তেজপুৰ চৰকাৰী ল'ৰা হাইস্কুলে বিজয়ী হয়।প্ৰতিগৰাকী প্ৰতিযোগীক মানপত্ৰৰ লগতে বিজয়ী সকলক বটাঁ প্ৰদান কৰে।

Next Story
চাকৰি