Begin typing your search above and press return to search.
আন্তঃস্কুল কুইজ প্ৰতিযোগিতাৰ আয়োজন

ডিব্ৰুগড় জিলাত ইষ্কনে আন্তঃস্কুল পৰ্য্যায়ত এক কুইজ প্ৰতিযোগিতা আয়োজন কৰে।এই প্ৰতিযোগিতাত তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়। নিৰাঞ্জন স্কুলৰ ছাত্ৰ-ছাত্ৰী সাগৰ পল(নৱম শ্ৰেণী),মানস শৰ্মা(অষ্টম শ্ৰেণী) আৰু ভাৰ্গৱী বৰগোঁহায়ে ইষ্কনে আয়োজন কৰা আন্তঃস্কুল কুইজ প্ৰতিযোগিতাত দ্বিতীয় স্থান পাবলৈ সক্ষম হয়।লগতে দ্বিতীয় শ্ৰেণীৰ লাকী কলিতাই বেদিক আৰ্ট প্ৰতিযোগিতাত নিচুকনি বটাঁ পাবলৈও সক্ষম হয়।
Next Story