Begin typing your search above and press return to search.

আন্তঃৰাষ্ট্ৰীয় তৰ্ক প্ৰতিযোগিতা আয়োজন

আন্তঃৰাষ্ট্ৰীয় তৰ্ক প্ৰতিযোগিতা আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Oct 2018 5:58 AM GMT

যোৱা শনিবাৰে এইচ এইচ এম আই এলুমিনি এচোছিয়েচন য়ে যোৰহাটৰ অসম ভেলী স্কুলৰ প্ৰেক্ষাগৃহত আয়োজন কৰে ৫সংখ্যক আন্তঃৰাষ্ট্ৰীয় তৰ্ক প্ৰতিযোগিতা । জানিব পৰা অনুসৰি,ৰাজ্য খনৰ ২২ টা দলে এই তৰ্ক প্ৰতিযোগিতা খনত অংশ-গ্ৰহন কৰে আৰু অসম ভেলী স্কুলৰ এটা দলে জয়লাভ খিতাপ অৰ্জন কৰে ।

Next Story
চাকৰি