আপোনালোকে জানেনে ৰনবীৰ কাপুৰৰ মাতৃ নিতু কাপুৰে সঞ্জু ক্লাইমেক্স সলনি কৰাৰ দাবী কৰে

আপোনালোকে জানেনে ৰনবীৰ কাপুৰৰ মাতৃ নিতু কাপুৰে সঞ্জু ক্লাইমেক্স সলনি কৰাৰ দাবী কৰে
Published on: 

নতুনকৈ মুক্তি পাবলগীয়া ৰাজকুমাৰ হিৰাণীৰ নিৰ্দেশক ৰনবীৰ কাপুৰৰ অভিনীত ছবি সঞ্জুৰ ট্ৰেইলাৰ মুক্তুি পাইছে।২৯জুনত মুক্তি পাবলগা ছবি খন ইতিমধ্যো মানুহৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।কিন্তু কিছুদিন পূৰ্বে সাক্ষাৎকাৰ এটাৰ জৰিয়তে জানিব পৰা মতে ৰনবীৰ কাপুৰৰ মাতৃয়ে যদিওবা ছবি খনৰ ট্ৰেইলাৰ চাই প্ৰশংসা কৰিছে তথাপি ছবি খনৰ কিছু পৰিমাণে ক্লাইমেক্স সলনি হোৱাটো বিচাৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com