Begin typing your search above and press return to search.

আফ্ৰিকাৰ শক্তি নাইজেৰিয়াৰ মুখামুখি আইচলেণ্ড

আফ্ৰিকাৰ শক্তি নাইজেৰিয়াৰ মুখামুখি আইচলেণ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jun 2018 10:59 AM GMT

গ্ৰুপ ডি'ৰ এখন গুৰুত্বপূৰ্ন খেলত আফ্ৰিকাৰ শক্তিশালী দল নাইজেৰিয়াৰ মুখামুখি হব প্ৰথম বিশ্বকাপত অংশগ্ৰহন কৰা দল আইচলেণ্ড।আইচলেণ্ডে আৰ্জেন্টিনাৰ বিৰুদ্ধে ড্ৰ খেলি সকলোকে আচৰিত কৰি তোলে।নাইজেৰিয়া প্ৰথম খন খেলত ০-২ ব্যৱধানত ক্ৰোয়েচিয়াৰ বিৰুদ্ধে পৰাস্ত বৰন কৰিছে যদিও যিকোনো সময়তে বিপক্ষৰ বাবে ভয়াৱহ হৈ উঠিব পাৰে আফ্ৰিকাৰ দলতো।

Next Story