আফ্ৰিকাৰ শক্তি নাইজেৰিয়াৰ মুখামুখি আইচলেণ্ড

আফ্ৰিকাৰ শক্তি নাইজেৰিয়াৰ মুখামুখি আইচলেণ্ড
Published on

গ্ৰুপ ডি'ৰ এখন গুৰুত্বপূৰ্ন খেলত আফ্ৰিকাৰ শক্তিশালী দল নাইজেৰিয়াৰ মুখামুখি হব প্ৰথম বিশ্বকাপত অংশগ্ৰহন কৰা দল আইচলেণ্ড।আইচলেণ্ডে আৰ্জেন্টিনাৰ বিৰুদ্ধে ড্ৰ খেলি সকলোকে আচৰিত কৰি তোলে।নাইজেৰিয়া প্ৰথম খন খেলত ০-২ ব্যৱধানত ক্ৰোয়েচিয়াৰ বিৰুদ্ধে পৰাস্ত বৰন কৰিছে যদিও যিকোনো সময়তে বিপক্ষৰ বাবে ভয়াৱহ হৈ উঠিব পাৰে আফ্ৰিকাৰ দলতো।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com