আগষ্টৰ ৩১ তাৰিখে সংঘটিত হোৱা আমনিৰ দলবদ্ধ ধৰ্ষনৰ লগত জড়িত ৫জনকৈ অভিযুক্তক যোৱা দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ তথ্যানুসৰি,চিনাক্ত কৰা অভিযুক্ত কেইগৰাকী ক্ৰমে,হাবিজ ভূঞা,চামগুৰিৰ ৰকিবুল ইছলাম,ৰমজান আলী,চফিকুল ইছলাম আৰু তেজপুৰ নেপামৰ মইনুল হুছেইন।পিছত তথ্যানুসৰি,আৰক্ষীয়ে যোৱা দেওবাৰে নিশা তেজপুৰৰ পৰা আটাইকেইজনকে গ্ৰেপ্তাৰ কৰে।আগষ্টৰ ১তাৰিখে সন্ধিয়া অপৰাধী দলটোৱে মটৰচাইকেলত নিজৰ বন্ধুৰ সৈতে আহি থকা সময়তে দলটোৱে মটৰ চাইকেল খন আগুৰি ধৰি যুৱতী গৰাকীক বলপূৰ্বক ভাৱে ধৰ্ষন কৰে আৰু পথৰ কাষত পেলাই থৈ গৈছিল।
Begin typing your search above and press return to search.