Begin typing your search above and press return to search.
আলফাৰ লগত জড়িত ব্যক্তিক আটক

কোনো গোপন সুত্ৰৰ তথ্যৰ সহায়ত জানিব পৰা মতে চেপন ৰাজগড় ৰোডৰ এলেকাৰ পৰা আলফাৰ লগত জড়িত থকা ব্যক্তিৰ অনুসন্ধান পাই ৯সংখ্যক ৰাজপুতনা ৰাইফলচ বেটেলিয়ানে এক অভিযান চলায় ।
অভিযানৰ জৰিয়তে আটক কৰা আলফাৰ লগত জড়িত ব্যক্তি জন চিনাক্ত কৰা হৈছে,তেওঁ হৈছে,জাদব গগৈ ।ব্যক্তি জন মৰানৰ আমগুৰি তিলিকি গাঁৱৰ বাসিন্দা ।ব্যক্তি জনৰ পৰা ৯ এম এম পিষ্টল,মেগজিন,দুই কাৰ্টন বাৰুদ,দুটা ম'বাইল ফ'নৰ সৈতে তিনিখন চিম কাৰ্ড,৪০০ টকা আৰু মাৰুতি অমি ভেন(এ এচ-০৪চি-১০৪৮) উদ্ধাৰ কৰে। জাদব গগৈক মৰান আৰক্ষীৰ হাতত গতাই দিয়া হয় আৰু এজাহাৰ দাখিল কৰা হয় ।
Next Story