Begin typing your search above and press return to search.
আয়ুশমান খুড়ানাৰ কিছুমান ব্যতিক্ৰমী ষ্টাইল; ফটো

চণ্ডিগড়ত জন্মলোৱা আয়ুশমান খুড়ানা বলীউদৰ এগৰাকী অন্যতম প্ৰতিভাশালী অভিনেতা,গায়ক,ঘোষক,ভিডিঅ' জ'কে আৰু ৰেডিঅ' জ'কে হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে । এইগৰাকী অভিনেতাৰ কিছুমান ব্যতিক্ৰমী ষ্টাইলিষ্ট ফটোই তেওঁৰ ব্যক্তিত্বৰ আৰু কিছু আভাস দিব,তলত কেইখন মান ফটো প্ৰকাশ কৰা হ'ল…………
https://www.instagram.com/p/Bn0UA35A98Q/?hl=en&taken-by=ayushmannk
চেকৰৰ পুত্ৰৰ নোৱেল স্নাৱ আৰু জেক আৰু জনচৰ বগা ৰঙৰ চাৰ্ট পৰিধান কৰিছে অভিনেতা আয়োশমানে
https://www.instagram.com/p/BnbkOs1A6lb/?hl=en&taken-by=ayushmannk
কোৰড চেটৰ পৰা আৰমান ৰান্ধৱা
https://www.instagram.com/p/Bm8m8KTAcJU/?hl=en&taken-by=ayushmannk
তিছাৰ পৰা বগা ৰঙৰ ৰেপ কূৰ্টা
https://www.instagram.com/p/BoWG9GHhWvF/?hl=en&taken-by=ayushmannk
টমি হিলফিগাৰ আৰু কেলভিন ক্লিলেইন জিঞ্ছ অভাৰচাইজ হোদি
Next Story