Begin typing your search above and press return to search.

আৰম্ভ হব আগষ্ট মাহৰ পৰা নতুন পাঠদান কাৰ্য্যসূচী

আৰম্ভ হব আগষ্ট মাহৰ পৰা নতুন পাঠদান কাৰ্য্যসূচী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 July 2018 7:35 AM GMT

ৰাজ্যৰ মহাবিদ্যালয় সমূহে নামভৰ্তিৰ প্ৰক্ৰিয়া সামৰণিৰ পিছতে পৰৱৰ্ত্তী পাঠদান আৰম্ভ কৰিব অহা আগষ্টৰ মাহৰ পৰা। ইয়াৰ লগতে স্নাতক মহলাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে মহানগৰীৰ ভিন্ন মহাবিদ্যালয়ত ভিন্ন বিষয়ত নামভৰ্তি কৰি ৰাখিছে তেওঁলোকে প্ৰতিষ্ঠান আৰু বিষয় সমূহ সলনি কৰিব পাৰিব।

মহাবিদ্যালয়ৰ সমূহৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ হাৰত নম্বৰৰ বাবে নামভৰ্তি কৰিব পৰা নাই সেইসকলৰ ছাত্ৰ-ছাত্ৰী বাবে আগষ্ট মাহৰ দ্বিতীয়টো সপ্তাহৰ ভিতৰত খালী হৈ থকা আসন সমূহ পূৰন কৰিব।

Next Story
চাকৰি