বিশ্ব ফুটবলৰ মহাতাৰকা মেছিৰ দেশ আৰ্জেন্টিনাক গ্ৰুপ ডি'ৰ এখন খেলত ৰিয়েল মাদ্ৰিদৰ তাৰকা লুকা মদ্ৰিক নেতৃত্ৰধীন ক্ৰোয়েচিয়াই ৩-০ গ'লত ধৰাশাৰী কৰে।৫৩মিনিটত এন্টি ৰেবিক, ৮০ মিনিটত অধিনায়ক মদ্ৰিক আৰু অতিৰিক্ত সময়ত ইভান ৰেকটিকে উপৰ্যুপৰি তিনিটা গ'ল কৰি আৰ্জেন্টিনাৰ মেৰুদন্ড ভাঙি দিয়ে।আৰ্জেন্টিনাই বহুত কষ্ট কৰিও গ'ল কৰিব নোৱাৰিলে।মেছিৰ দুৰ্বল প্ৰদৰ্শনে কালি বাৰুকৈয়ে হতাশ কৰে মেছিৰ অনুগামী সকলক।
Begin typing your search above and press return to search.