Begin typing your search above and press return to search.

আৰ্শীবাদ বিচাৰি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

আৰ্শীবাদ বিচাৰি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 May 2019 10:02 AM GMT

আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা কংগ্ৰেছৰ জেষ্ঠ নেতা প্ৰনৱ মুখাৰ্জীক সাক্ষাৎ কৰি আৰ্শীবাদ লয় । ৩০ মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীক সাক্ষাৎ কৰি নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে প্ৰনৱ মুখাৰ্জীৰ লগত লগ কৰাটো সদায় অভিজ্ঞতা সমৃদ্ধ হয় । তেওঁ জ্ঞান আৰু অন্তৰ্দৃষ্টি অতুলনীয় । দেশৰ বাবে তেওঁৰ যথেষ্ট অবদান আছে"। লগতে মোদীয়ে টুইটাৰত ফটোও পষ্ট কৰে ।

উল্লেখযোগ্য যে মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ খনে জানুৱাৰীত প্ৰনৱ মুখাৰ্জীক "ভাৰত ৰত্ন " প্ৰদান কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি