নৱাগত আয়োশ শৰ্মা আৰু ৱাৰিনা হুছেইনৰ নতুনকৈ আহিবলগা ছবি হৈছে 'লাভ য়াত্ৰি' । ছবি খনৰ ট্ৰেইলাৰ আৰু গীত সমূহে ইতিমধ্যে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । ছবি মুক্তি পাব অহা ৫ অক্টোবৰত ।ছবি খন প্ৰডিউচ কৰিছে চলমান খানে । আহিবলগা ছবি খনৰ প্ৰমোচনৰ বাবে 'লাভ য়াত্ৰি'ৰ সকলো সদস্য তথা চলমান খান,আয়োশ শৰ্মা আৰু ৱাৰিনা হুছেইন উপস্থিত হ'ল 'ইণ্ডিয়ান আইডল'ৰ মঞ্চত । ছবি খনৰ লগতে ইণ্ডিয়ান আইডলৰ বিচাৰক বিশাল ডাডলানি আৰু ঘোষক মনিষ পলে পৰিধান কৰিলে গুজৰাটীৰ পৰম্পৰাগত সাজ কেডিউ আৰু কূৰ্টা ।তলত ফটো প্ৰকাশ কৰা হ'ল,,,,
Begin typing your search above and press return to search.