Top
Begin typing your search above and press return to search.

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত জিলিকিল নগাঁৱ

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত জিলিকিল নগাঁৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Jun 2018 6:00 AM GMT

২০১৮ৰ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত নগাঁৱে মুঠ ১০টা স্থানৰ প্ৰথম তিনিওটা কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত স্থান পাবলৈ সক্ষম হয়।আনহাতে গুৱাহাটীৰ কেৱল তিনিজন ছাত্ৰ-ছাত্ৰীয়েহে স্থান দখল কৰে।চৰকাৰী কলেজৰ তুলনাত ব্যক্তিগত শিক্ষানুষ্ঠান সমূহে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়।কলাা শাখাৰ মুঠ উৰ্ত্তীন হাৰ ৭৪.৬৮শতাংশ,বাণিজ্য শাখা ৮৪.৬৪ আৰু বিজ্ঞান শাখাৰ ৪৫.৭৪শতাংশ ছাত্ৰ-ছাত্ৰী এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হবলৈ সক্ষম হয়।

Next Story