Begin typing your search above and press return to search.
উজনি অসমত বেপ্তিষ্ট গীৰ্জা মুকলি

উজনি অসমৰ তিনিচুকীয়া জিলাৰ লালপাহাৰ টিপংত এক বৃহৎ আকাৰৰ খ্ৰীষ্ট্ৰান ধৰ্মালম্বী সকলৰ বাবে চুমি বেপ্তিষ্ট গীৰ্জা মুকলি কৰে।গীৰ্জা ঘৰটো ৮০ফুট ওখ ৪মহলীয়া।গীৰ্জা ঘৰটোৰ উদ্ধোধনী অনুষ্ঠানত ধাৰ্মিক গুৰু সকল,ধৰ্মপ্ৰচাৰক সকল আৰু অনুগামী সকল উপস্থিত থাকে।
গীৰ্জা ঘৰটো নিৰ্মানৰ বাবে প্ৰায় ৩কোটি টকা আৱণ্টন কৰা হৈছে আৰু গীৰ্জা ঘৰটো মুকলি কৰে ডিমাপুৰৰ ৱেষ্টাৰ্ন চুমি বেপ্তিষ্টৰ কাৰ্য্যবাহী সম্পাদক ড° হেভুখু আচুমীয়ে।
Next Story