Begin typing your search above and press return to search.

উজান বজাৰৰ বৰখেলিয়া নামঘৰৰ চুৰি কাণ্ডৰ অভিযুক্ত ২ জনক গ্ৰেপ্তাৰ

উজান বজাৰৰ বৰখেলিয়া নামঘৰৰ চুৰি কাণ্ডৰ অভিযুক্ত ২ জনক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 May 2019 12:25 PM GMT

উজান বজাৰৰ বৰখেলিয়া নামঘৰৰ চুৰি কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । বকোৰ সোণতলিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুজনক । আটকাধীন চোৰ দুটা ক্ৰমে নুৰজামাল হক আৰু আকেছ আলি । চোৰ কেইটাৰ পৰা আৰক্ষীয়ে নগদ ধন, পুৰণি মুদ্ৰা জব্দ কৰে । এজন বৰ্তমানে পলাতক অবস্থাত আছে বুলি কৈছে আৰক্ষীয়ে । পলাতক জনৰ নাম কদম আলি ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি