Begin typing your search above and press return to search.

উত্তৰপূৰ্বাঞ্চলে লাভ কৰিব ১৯ টা ৰাষ্ট্ৰীয় জলপথ

উত্তৰপূৰ্বাঞ্চলে লাভ কৰিব ১৯ টা ৰাষ্ট্ৰীয় জলপথ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2018 8:32 AM GMT

উত্তৰপূৰ্বাঞ্চলৰ বাবে ১৯ টা নতুন জনপথ ঘোষণা কৰিছে ৰাষ্ট্ৰীয় জলপথ বিভাগে।সংসদত ডনাৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কয় যে অসমৰ বাবে ১১ টা,মেঘালয়ৰ বাবে ৫ টা আৰু অৰুণাচল প্ৰদেশ,মিজোৰাম আৰু নাগালেণ্ড প্ৰত্যেকৰে বাবে এটাকৈ জলপথ ঘোষণা কৰা হৈছে।মন্ত্ৰীজনে লগতে কয় যে উত্তৰপৰ্বাঞ্চলৰ মোবাইল সেৱা উন্নত কৰিবৰ বাবে ভাৰত সঞ্চাৰ নিগম লিমিটেডে ২৮১৭ টা টাৱাৰ অৰুণাচলৰ ৩১১৯ খন গাওঁত আৰু অসমৰ দুখন জিলাত ২২৫৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব।

Next Story