উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত মন্দিৰৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ জাইকাৰ প্ৰকল্পত খুন্দা খাই দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী নাও। নাওখনত আছিল প্ৰায় ৪০জন যাত্ৰী। ১৫জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধানহীন বাকীসকল। এছআৰডিএফ আৰু এনডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে।সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।
Begin typing your search above and press return to search.