Begin typing your search above and press return to search.

উদালগুৰিত বনৰীয়া মৃত হাতী উদ্ধাৰ

উদালগুৰিত বনৰীয়া মৃত হাতী উদ্ধাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Oct 2018 6:24 AM GMT

খাদ্যৰ সন্ধান কৰিবলৈ বনাঞ্চলৰ পৰা ওলাই অহা ১৫-১৬ বছৰীয়া হাতী এটা যোৱা শনিবাৰে পুৱা উদালগুৰি জিলাৰ ইন্দো-ভূটান সীমান্তৰ খলিনদুৱাৰ বন এলেকাত মৃত অৱস্থাত উদ্ধাৰ হয় । বন বিষয়া সকল আৰু পশু চিকিৎসকৰ পৰা জানিব পৰা মতে,খাদ্যত বিষক্ৰিয়াৰ ফলত হাতীটোৰ মৃত্যু হয় ।

Next Story