উৎসৱৰ সময় দিৱালীত কেনেকৈ সুন্দৰ দেখিব; শাৰী পৰিধান কৰা সুন্দৰী জেনিফাৰ,শ্ৰদ্ধা,দ্ৰাষ্টী;ফটো
আহি আছে দিৱালী । হয়,পোহৰৰ উৎসৱ দিৱালী বুলি নহয় যিকোনো উৎসৱৰ সময়ত কি পিন্ধিব কি সাজিব তাকে লৈ সকলোৰে মাজত এক বিশেষ আলোচনা হোৱাটো সৰু কথা ।তাতে যদি দিৱালী আহে অথবা দিৱালীৰ সময়ৰ কথাই বেলেগ । দিৱালী সময়ৰ ফেশ্বন উচ্চ হাৰত দেখা পোৱা যায় । ইলাবৰেট ইথেনিক সাজ,কণ্টেমম্পৰি ইণ্ডিয়ান সাজ,বহো ইথেনিক সাজ বিভিন্ন ধৰনৰ সাজৰ কথা কব পাৰি । গুৰুত্বপূৰ্ন কথাটো হ'ল এনে উৎসৱৰ সময়ত চেলিব্ৰেটী সকলৰ মাজত ফেশ্বনক লৈ চৰ্চিত বেছিকৈ হোৱা দেখা যায় । সৰু পৰ্দাৰ জনপ্ৰিয় তাৰকা সকল যেনে; জেনিফাৰ,দ্ৰাষ্টি আদি সকলৰ কিছু সুন্দৰ সাজে মুহিছে সকলোকে,তলত ফটো প্ৰকাশ কৰা হ'ল…………
https://www.instagram.com/p/BphOe5cBwPy/?utm_source=ig_embed
'বেপানাহ' অভিনেত্ৰী জেনিফাৰে পৰিধান কৰিছে গ্ৰে ৰঙৰ ক্লাচি শাৰী
https://www.instagram.com/p/BpkMmGDB9av/?utm_source=ig_embed
https://www.instagram.com/p/Bpj24faBwXU/?taken-by=sarya12
শ্ৰদ্ধা আৰ্য়াই পৰিধান কৰিছে নেট ফ্ৰিলি শাৰী, ভিণ্টেজ তথা সৰুচিপূৰ্ন শাৰী পৰিধান কৰিছে লগতে ষ্টাইলিষ্ট ব্লাউছ আৰু কিছু সুন্দৰ জুৱেলেৰী
https://www.instagram.com/p/BpJZ83olSH4/?taken-by=karishmaktanna
কৰিশ্মা তান্নাই পৰিধান কৰিছে পেষ্টেল শাৰীৰ সৈতে ষ্ট্ৰেপী ব্লাউচ
https://www.instagram.com/p/BpO9YK8jkAV/?taken-by=dhamidrashti
https://www.instagram.com/p/BpO3m4uDkWj/?taken-by=dhamidrashti
'সিলসিলা' ধাৰাবাহিকৰ সুন্দৰী অভিনেত্ৰী দ্ৰাষ্টীয়ে পৰিধান কৰিছে স্কাৰ্ট শাৰীৰ সৈতে ৰাফেল আৰু ইডজি ব্লাউচ । যিখন শাৰী সন্ধিয়া কোনো পাৰ্টীত পৰিধাব কৰিবলৈ খুউব আৰামদায়ক আৰু ধুনীয়া
https://www.instagram.com/p/Bo6T1dbgflX/?taken-by=ashanegi
https://www.instagram.com/p/Bo_o1uYAbKq/?taken-by=ashanegi
আশা নেইগীয়ে পৰিধান কৰিছে কটন শাৰী আৰু ইডজি ব্লাউচৰ সৈতে পৰিধান কৰিছে ব্লেট
https://www.instagram.com/p/Bo5oUWPl_L-/?taken-by=lokhandeankita
https://www.instagram.com/p/Bo5odnRl-Yy/?taken-by=lokhandeankita
https://www.instagram.com/p/Bo5oXd-Fu4P/?taken-by=lokhandeankita
https://www.instagram.com/p/Bo5obHOle47/?taken-by=lokhandeankita