Begin typing your search above and press return to search.
এআইইউডিএফ লগত মিত্ৰতা অসম্ভৱ : তৰুন গগৈ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে কইনাধৰাৰ বাসগৃহ ত্যাগ কৰি বিধায়ক আৱাস কলনিৰ নতুন গৃহত প্ৰৱেশ কৰি আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছে অকলে খেলাৰ কথাৰ লগতে বদৰুদ্দিন আজমল নেতৃত্বধীন এআইইউডিএফ দলৰ লগত কোনোপধ্যেই মিত্ৰতা নকৰাৰ কথা সদৰী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।বিজেপিয়ে হিন্দুক লৈ আৰু এআইউডিএফএ মুছলমানক লৈ ৰাজনীতি কৰে। কিন্তু কংগ্ৰেছ সকলোৰে বাবে,কংগ্ৰেছ নিৰপেক্ষ বুলি ৰাজনৈতিক দল দোয়োটাক সমালোচনা কৰে গগৈয়ে।
Next Story