একতা কৌল ভিয়াছ আৰু সুমিত ভিয়াছ আৱদ্ধ হ'ল বিবাহ পাশত

একতা কৌল ভিয়াছ আৰু সুমিত ভিয়াছ আৱদ্ধ হ'ল বিবাহ পাশত
Published on

"বীৰে-দি-ৱেডিংৰ অভিনেতা সুমিত ভিয়াছ দীঘদিনীয়া সম্পৰ্কত থকা টেলী টাউনৰ অভিনেত্ৰী একতা কৌলৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

বিবাহৰ সময়ত পৰিধান কৰা সুমিত আৰু একতাক অতি সুন্দৰ সেখা হৈছে।অতি কম সময়ৰ ভিতৰত আয়োজন কৰা বিয়া খন অতি সুন্দৰকৈ সম্পন্ন হৈ যায়।

তলত প্ৰকাশ কৰা ফটো খন একতাই নিজ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা প্ৰকাশ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com