ৰচটভ এৰেনা ষ্ট্ৰেডিয়ামত সোমবাৰে নিশা ভাৰতীয় সময় ১১বাজি ৩০মিনিটৰ পৰা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত এচিয়াৰ শক্তিশালী দল জাপান বেলজিয়ামৰ মুখামুখি হব।ইডেন হাজাৰ্ড,ৰমেলু লুকুকু,ৰাডজা নাইগ্গলান আদিৰ দৰে তাৰকা সমৃদ্ধ বেলজিয়ামৰ সন্মূখত চাপত থাকিলেও জাপানৰ দলত গেনকি হাৰাগুচি,চিনজি কাগাৱা,জাকাচি ইনুই দৰে তাৰকা যিকোনো সময়তে ভয়াৱহ ৰূপ ধাৰন কৰি দলক বিজয় প্ৰদান কৰিব পাৰে।
Begin typing your search above and press return to search.