গুৱাহাটীৰ আৰ জি বৰুৱা ৰ'ডত তথা মহানগৰীৰ মাজ মজিয়াত অৱস্থিত সকলোৰে চিনাকী ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হ’ল মহানগৰীৰ থ্ৰী গাইজ ৰেষ্টোৰেণ্ট। ৰেষ্টুৰেণ্টখন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাই। ৰেষ্টোৰেণ্ট খনৰ চিকেন আইটেমত ওলাইছিল পোক ।পোক ওলোৱা ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ প্ৰদান মন্ত্ৰীগৰাকীৰ।
Begin typing your search above and press return to search.