Begin typing your search above and press return to search.

এনআৰচিত অন্তভূক্ত নহল অৱসৰপ্ৰাপ্ত সেনাৰ নাম

এনআৰচিত অন্তভূক্ত নহল অৱসৰপ্ৰাপ্ত সেনাৰ নাম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:05 AM GMT

অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰক্ষা কবচ এনআৰচিত ৰাজ্যৰ ভালেসংখ্যক অৱসৰপ্ৰাপ্ত সেনাৰ নাম অন্তভূক্ত নোহোৱাত সমগ্ৰ ৰাজ্য খনতে চাঞ্চল্য সৃষ্টি কৰিছে।৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল।বাদ পৰা ভিতৰত অন্তভূক্ত হল অৱসৰপ্ৰাপ্ত কেপ্টেইন ছানা উল্লাহ,সেনা বিষয়া মহম্মদ আজমল হক,হাবিলদাৰ মহিৰুদ্দিন আহমেদ,ছাৰ্জেন্ট ছামছুল হক আৰু ছাৰ্জেন্ট আচাৰ্য্যৰ নাম।

Next Story
চাকৰি