Begin typing your search above and press return to search.
এনআৰচিত প্ৰকাশ নাপালে দুজনকৈ বিধায়কৰ নাম

অসম বিধানসভাৰ দুজনকৈ বিধায়কৰ নাম এনআৰচিত প্ৰকাশ নোপোৱাত সমগ্ৰ ৰাজ্যখনত চাঞ্চল্য সৃষ্টি কৰিছে।মৰিগাঁও সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি দলৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে দক্ষিণ অভয়াপুৰী সমষ্টিৰ এআইইউডিএফ দলৰ বিধায়ক অনন্ত কুমাৰ মাল্লাহৰ নাম এনআৰচিৰ চূড়ান্ত খচৰা খনত সন্নিবিষ্ট নহল।বিধায়ক ৰমাকান্ত দেউৰীয়ে সংবাদ মাধ্যমক কয় যে তেঁও কোনোধৰনৰ আবেদন নজনায়,কাৰন তেঁও হাঁড়ে-হিমজুয়ে খিলঞ্জীয়া।লগতে বিধায়কজনে কয় যে তেওঁৰ পৰিয়ালৰ লোকসকলেও আবেদন জনাইছিল কিন্তু এনআৰচিৰ চূড়ান্ত খচৰাখনত নাম প্ৰকাশ নাপালে।
Next Story