এনআৰচিৰ খচৰা প্ৰকাশৰ নামত বিজেপিয়ে অনিয়মৰ আশ্চয় লৈছে : ৰিপুন বৰা

এনআৰচিৰ খচৰা প্ৰকাশৰ নামত বিজেপিয়ে অনিয়মৰ আশ্চয় লৈছে : ৰিপুন বৰা
Published on: 

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই অসমৰ খিলঞ্জিয়া লোকসকলৰ ৰক্ষা কৱচ স্বৰূপ এনআৰচিৰ চূড়ান্ত প্ৰকাশৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ৰাজ্য বিজেপি চৰকাৰে অনিয়ম কৰাৰ অভিযোগ কৰিছে।প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে এনআৰচিৰ নামত বিজেপিয়ে অনিয়ম সংঘটিত কৰিছে,আমি সংসদত কেন্দ্ৰীয় চৰকাৰৰ সন্মূখতো দাঙি ধৰিম,বিজেপিৰ এয়া ৰাজনৈতিক অভিসন্ধি,জাতি-ধৰ্মক,বিভাজন কৰাৰ ষড়যন্ত্ৰ।প্ৰয়োজন সাপেক্ষে চৰকাৰৰ বিৰুদ্ধে আদালতৰ মজিয়ালৈ যাম।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com