ৰাজ্য চৰকাৰ বিত্ত,স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক চৰকাৰী কাৰ্যসূচীত অংশলবলৈ সোমবাৰে নাহৰকটীয়াত উপস্থিতহৈ এনআৰচিৰ প্ৰকাশৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।মন্ত্ৰী শৰ্মাই কয় যে এন আৰ চিৰ চুড়ান্ত ৰূপ পাবলৈ এতিয়াও বহুপৰ্যায় বাকী আছে খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা সকলে শংকিত হোৱাৰ কোনো কাৰণ নাই । প্ৰকৃত ভাৰতীয়ই এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে অবেদন আৰু দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব।নাম বাদ পৰা সকলে এনআৰচি সেৱা কেন্দ্ৰ সমূহত আবেদন আৰু দাবী উত্থাপন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে।
এনআৰচিৰ চূড়ান্ত ৰূপ পাবলৈ এতিয়াও বহু পৰ্যায় বাকী : হিমন্ত বিশ্ব শৰ্মা

Next Story