Begin typing your search above and press return to search.

এনআৰচিৰ নামত ৰাজনীতিকৰণ নকৰিব : ৰাজনাথ সিং

এনআৰচিৰ নামত ৰাজনীতিকৰণ নকৰিব : ৰাজনাথ সিং

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2018 8:02 AM GMT

গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিৰুধীক এনআৰচিৰ নামত ৰাজনীতি নকৰিবলৈ সকিয়াই দিছে।লগতে গৃহমন্ত্ৰীজনে কয় যে সোমবাৰে প্ৰকাশ পোৱা এনআৰচি খকেন্দ্ৰীয় ন এখন খচৰাহে,চূড়ান্ত নহয়,বাদ পৰা সকলে আবেদন আৰু দাবী উত্থাপন কৰিব পাৰিব তাৰ পাছতহে চূড়ান্ত খচৰা প্ৰকাশ হব।লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কোনোকাৰনতে বাদ নপৰে।বাদ পৰা সকলে চিন্তা কৰাৰ প্ৰয়োজন নাই,এইখন এখন খচৰাহে,প্ৰকাশৰ পাছত সকলো লোকে দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব। এনআৰচিৰ সেৱা কেন্দ্ৰসমূহত দাবী জনোৱাৰ সুবিধা থাকিব।এনআৰচিৰ সকলো কাম দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অতি নিকা আৰু সচ্চ ভাৱে হৈ আছে।

Next Story
চাকৰি