গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুস্থিত সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক হৰিশ ৰাৱটে কয় যে এনআৰচিৰ পৰা যাতে প্ৰকৃত ভাৰতীয়ৰ নাম যাতে বাদ নপৰ দিব। এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ পিছতেই কংগ্ৰেছে ব্লক আৰু জিলা পৰ্যায়ত হেল্প চেণ্টাৰ খুলি প্ৰকৃত ভাৰতীয়ক আইনী সহায়ো আগবঢ়াব কংগ্ৰেছে।আগন্তক ২০১৯ লোকসভা নিৰ্বাচনৰ লক্ষ্য ৰাখি সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা চলাব কংগ্ৰেছে। যিসকল আঁতৰি গৈছে তেওঁলোকক ঘূৰাই অনাৰ চেষ্টা কৰিব কৰিব দলটোৱে।
Begin typing your search above and press return to search.