এনআৰচি সম্পৰ্কত সজাগতা সভা

এনআৰচি সম্পৰ্কত সজাগতা সভা
Published on

এনআৰচিৰ দ্বিতীয় খন খচৰা প্ৰকাশৰ পূৰ্বে ধুবুৰী জিলা প্ৰশাসনে এখন সজাগতা সভা অনুষ্ঠিত কৰে।ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত চৰমন আলি আহমদে সভাপতিত্ব কৰা সভাখনত ৰাজনৈতিক দল সমূহৰ প্ৰতিনিধিৰ লগতে বিশিষ্ট নাগৰিক সকল উপস্হিত থাকে।আহমদে তেওঁৰ ভাষনত কয় যে ৰাইজে প্ৰশাসনৰ লগত সহযোগিতা কৰাৰ লগতে কোনো ধৰনৰ হিংসাৰ আশ্চয় লব নালাগে।আৰু লগতে কয় যে এনআৰচিৰ কাম বৈজ্ঞানিক পদ্ধতিৰ সহায়ত অতি নিখুত ভাৱে হৈ আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com